India, Dec. 20 -- The Government of India has issued a release:

Prime Minister Shri Narendra Modi shared the glimpses of New Terminal Building of Lokapriya Gopinath Bardoloi International Airport in Guwahati, Assam today. It marks a transformative milestone in Assam's connectivity, economic expansion and global engagement.

In separate posts on X, Shri Modi wrote:

"गुवाहाटी में आज एयरपोर्ट की जिस टर्मिनल बिल्डिंग का उद्घाटन हुआ है, उसमें कदम रखते ही ये पता चल जाता है कि 'विकास भी और विरासत भी' का मंत्र कितना महत्वपूर्ण है।"

"आज असम सहित पूरा नॉर्थ ईस्ट भारत के विकास और पर्यटन का नया प्रवेशद्वार बन रहा है। वाराणसी से डिब्रूगढ़ के गंगा विलास क्रूज से नॉर्थ ईस्ट, ग्लोबल क्रूज टूरिज्म के मानचित्र पर स्थापित हो गया है।"

"कांग्रेस की सरकारों ने असम और पूर्वोत्तर को विकास से दूर रखने का जो पाप किया था, उसका बहुत बड़ा खामियाजा देश की सुरक्षा को उठाना पड़ा। बीते 10-11 वर्षों में हमारे प्रयासों से यह सुनिश्चित हो रहा है कि असम के संसाधन असम के लोगों के ही काम आएं।"

"Inaugurated a statue of Lokapriya Gopinath Bardoloi at Guwahati airport. His life and ideals, as well as his contributions to Assam's progress, will keep motivating generations."

"It's a special day for Guwahati as the Lokapriya Gopinath Bardoloi International Airport gets a new terminal building. This new terminal will boost the local economy and encourage tourism. The emphasis on technological innovations, as well as the connect with nature and sustainability, is also deeply appreciable."

"Thank you Guwahati for the exceptional welcome. It's always a delight to be in this vibrant city."

"আজি গুৱাহাটীত উদ্বোধন হোৱা বিমানবন্দৰৰ টাৰ্মিনেল ভৱনত ভৰি দিয়াৰ লগে লগে উপলব্ধি হয় যে 'উন্নয়নৰ লগতে ঐতিহ্য'ৰ মন্ত্ৰটো কিমান গুৰুত্বপূৰ্ণ।"

"আজি অসমকে ধৰি সমগ্ৰ উত্তৰ-পূব ভাৰতৰ উন্নয়ন আৰু পৰ্যটনৰ এক নতুন প্ৰবেশদ্বাৰ হৈ পৰিছে। বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ গংগা বিলাস ক্ৰুজে বিশ্ব ক্ৰুজ পৰ্যটন মানচিত্ৰত উত্তৰ-পূবক প্ৰতিষ্ঠা কৰিছে।"

"অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ পৰা আঁতৰাই ৰাখি কংগ্ৰেছ চৰকাৰে কৰা পাপে দেশৰ নিৰাপত্তাৰ বৃহৎ ক্ষতি কৰিছিল। বিগত ১০-১১ বছৰত আমাৰ প্ৰচেষ্টাই অসমৰ সম্পদ কেৱল ইয়াৰ জনসাধাৰণৰ উপযোগীকৈ ব্যৱহাৰ কৰাটো নিশ্চিত কৰিছে।"

"গুৱাহাটী বিমানবন্দৰত আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। তেওঁৰ আদৰ্শপূৰ্ণ জীৱন আৰু অসমৰ প্ৰগতিৰ দিশত আগবঢ়োৱা অনবদ্য অৱদানে অনাগত প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি যাব।"

"গুৱাহাটীৰ বাবে আজি এক বিশেষ দিন কাৰণ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে নতুন টাৰ্মিনেল লাভ কৰিলে। এই নতুন টাৰ্মিনেলটোৱে স্থানীয় অৰ্থনীতিক উন্নীত কৰাৰ লগতে পৰ্যটনক উৎসাহিত কৰিব। প্ৰযুক্তিগত উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে প্ৰকৃতি আৰু বহনক্ষমতাৰ সৈতে সংযোগ স্থাপন কৰাটোও গভীৰভাৱে প্ৰশংসনীয়।"

"এই ব্যতিক্ৰমী আদৰণিৰ বাবে গুৱাহাটীক ধন্যবাদ। এই স্পন্দনশীল চহৰখনত উপস্থিত হৈ সদায় আনন্দিত হওঁ ৷"

Disclaimer: Curated by HT Syndication.